Tuesday, August 12, 2025
32.1 C
Guwahati
TOP NEWS:

বিলাসীপাৰা মহকুমাধিপতিৰ কার্যালয়ত জনশুনানী কার্যসূচী

- Advertisement -

◊ বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ জনসেৱাৰ দিশত প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু সকলোৰে সেৱাৰ মূলমন্ত্ৰৰে ‘জনশুনানি’ এটা সমন্বিত অভিযোগ নিৰাময় অনুষ্ঠান, য’ত ৰাজহুৱা আৰু চৰকাৰী বিভাগ সমূহৰ মাজত সহজ আৰু স্বচ্ছ যোগাযোগ লাভ কৰাৰ উদ্দেশ্যেৰে ৰাজহুৱা অভিযোগ সমূহ শুনা হয়।

উক্ত অনুষ্ঠানত বিলাসীপাৰা, চাপৰ আৰু আটানি ৰাজহ চক্ৰৰ বাসিন্দাসকলে মাটি-বাৰী, মোকৰ্দমা, ইলেকট্রিচিটি, ভোটাৰ পৰিচয় পত্ৰ আদি সংক্ৰান্তত সম্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে লিখিত আকাৰে প্ৰশাসনক অৱগত কৰে আৰু মহকুমাধিপতি তথা ভাৰতীয় প্রশাসনিক বিষয়া সৃষ্টি সিঙে ৰাইজৰ সমস্যাৰাজিৰ বুজ লয়।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া চাৰি লালৰুকটিম লাংটাউ, চাপৰ ৰাজহ চক্ৰ বিষয়া শশীভূষণ ৰাজকোঁৱৰ, বিলাসী পাৰা নিৰ্বাচনী বিষয়া ৰৌশিনুল আলম, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া জিয়াউৰ ৰহমান, সহকাৰী আয়ুক্ত নম্রতা বৰুৱা আৰু লগতে মহকুমা প্ৰশাসনৰ অন্যান্য কৰ্মচাৰীসকলো উপস্থিত থাকে।

উক্ত অনুষ্ঠানটোৱে ৰাইজৰ মাজত আশাপ্রদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগলৈও এনে ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ আশা প্ৰকতাশ কৰিছে৷ উক্ত অনুষ্ঠানত উপস্থিত ৰাইজৰ মাজত SVEEP কাৰ্যসূচীৰ অন্তৰ্গত ভোটদানৰ বাবে সজাগতা মূলক গোহাৰি পত্ৰ বিতৰণ কৰা হয়।

Hot this week

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ...

Topics

গুৱাহাটীত নাৰিকল উন্নয়ন ব’ৰ্ডৰ উদ্যোগত কাৰিকৰী সমৃদ্ধি

■ গুৱাহাটীস্থিত আঞ্চলিক নাৰিকল উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ৮ আগষ্ট...

এনএছইউআইৰ নতুন সভাপতি কৌশিক কাশ্যপৰ দায়িত্ব গ্ৰহণ

ৰাজীৱ ভৱনত মাৰাথন কাৰ্যসূচীত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ...

ASSAM RIFLES CELEBRATES WORLD TRIBAL DAY IN TAMENGLONG, MANIPUR

Assam Rifles celebrated World Tribal Day in New...

মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

  গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কেন্দ্রীয় উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত...

বেদখলৰ বিৰুদ্ধে উচ্ছেদৰ সমৰ্থনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্যঃ

'আমাৰ বনাঞ্চলত কোনো বে-আইনীভাবৱে বহিব নোৱাৰিব। অবৈধ বে-দখলৰ বিৰুদ্ধে...

উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ

◊ আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
87 %
2.7kmh
98 %
Tue
28 °
Wed
27 °
Thu
28 °
Fri
32 °
Sat
33 °