ধুবুৰী কোকৰাঝাৰ সীমান্তত  এনকাউন্টা ঘটনা :আৰক্ষীৰএনকাউন্টাৰত ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলী মৃত্যু

Polytechnic College in Narayanpur

ধুবুৰী কোকৰাঝাৰ সীমান্তত  এনকাউন্টা ঘটনা :আৰক্ষীৰএনকাউন্টাৰত ধুবুৰীৰ কুখ্যাত গো মাফিয়া আদম আলী মৃত্যু ::

দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলা দি গো মাফিয়া চলাই অহা আদম আলী অৱশেষত আৰক্ষীৰ গুলিত মৃত্যু হয়।

ধুবুৰীৰ চিকিৎসা মহাবিদ্যালয়ত আদম আলীৰ মৃত্যুদেহ ৰখা হৈছে বুলি দিয়ে আৰক্ষীয়ে।

গো মাফিয়াই আৰক্ষী পৰা পলাবলৈ চেষ্টা কৰা সময়তে  আৰক্ষীয়ে গুলি চলোৱাত গো মাফিয়াটো দেহত গুলি লগাত ততাতৈয়াকৈ আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰত চিকিৎসা বাবে ভৰ্ত্তি কৰোঁ হয় যদি অৱশেষত মৃত্যু হয় গো মাফিয়াটো। ইফালে গো মাফিয়া গুলিত দুজন আৰক্ষী বিষয়া আহত হোৱা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে স্পষ্ট কৰা নাই তথ্য।

আৰক্ষীয়ে এনকাউন্টাৰ  ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ধুবুৰী নাছিৰুদ্দিনৰ সহযোগত ধুবুৰীৰ পৰা আলী আজাত ইছলামৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.