৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ জয়লাভ

■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ জয়লাভ কৰে। নিৰ্বাচনত কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীক পৰাজিত কৰি জয়লাভ চন্দ্ৰমোহন পাটোৱাৰীয়ে।
সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ ধৰ্মপুৰ বাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত ৰাইজৰ লগত থাকি ৰাইজৰ সেৱা কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে নেতা জ্যোষ্ঠ ৰাজনৈতিক নেতা গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.