শেহতীয়া আপডেটঃ

মিচিং দৃশ্য-শ্ৰাব্য আধুনিক গীত ‘য়ুমডেং’ৰ শুভমুক্তি

দেৱজিত বৰাঃ নৃপেন দলে অফিচিয়েল প্ৰডাকচন (NRIPEN DOLEY OFFICIAL PRODUCTION) ৰ বেনাৰত নিৰ্মিত ‘য়ুমডেং’ (YUMDENG) শীৰ্ষক এটি মিচিং আধুনিক ৰোমান্টিক দৃশ্য-শ্ৰাব্য গীত ৩০ ছেপ্টেম্বৰত শুভমুক্তি লাভ কৰে৷ মনপৰশা দৃশ্য-শ্ৰাব্য গীতটিৰ কথা আৰু সুৰ মণ্টু টায়েৰ৷ গীতটিত কণ্ঠদান কৰিছে নৃপেন দলে আৰু ৰেখা দলেই৷ কৰিঅ’গ্ৰাফী ডিম্পী টাইডৰ৷

গীতটিৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ কৰিছে বিকাশ বৰুৱাই৷ নৃপেন দলেৰ পৰিচালনাৰে গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান নবাগতা শিল্পী পূজা মিৰি আৰু অৰ্ণৱ লাগাছুৱে আৰু যৌথ নৃত্যত সহযোগ কৰিছে বনিতা দলে আৰু তেওঁৰ বৰমথাউৰি গোটৰ সংগীবৃন্দই৷ আনহাতে এক প্ৰেছ বাৰ্তাত মুক্তি পোৱা গীতটি অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকে আদৰি লৈ মৰম যাচিব বুলি প্ৰডাকচনটোৰ প্ৰযোজক আৰু পৰিচালক নৃপেন দলে সংবাদ মাধ্যমৰ যোগেদি বিশেষভাবে আহ্বান জনাইছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.