ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ ভুমিস্হা : ছাত্ৰ সন্থা সম্বৰ্ধনা :
বঙাইগাঁওত অনুস্থিত হোৱা ৩৭ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই আনিলে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসৰ কন্যা
চতিয়া ভূমিস্হাই ।
ইফালে বুধবৰীয়া
বিশ্বনাথ জিলা ছাত্ৰ সন্থাই সোণৰ পদক লাভ কৰি খেলুৱৈ ভূমিস্হা দাসৰ লগতে বিশ্বনাথৰ
চেম্পিয়নছ্ মেকাৰ একাডেমীৰ বহু আন আন কেইবা গৰাকী খেলুৱৈক
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সভাকক্ষত সম্বৰ্দ্ধনা জনাই ছাত্ৰ সন্থাই।
Leave a Reply