শেহতীয়া আপডেটঃ

দুধনৈত মটৰ চাইকেলৰ খুন্দাত কৃষ্ণাইৰ ছাত্ৰী আহতঃ গুৱাহাটীলৈ প্ৰেৰণ

♦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ দুধনৈ কলেজৰ ছাত্ৰী এগৰাকী আজি দুপৰীয়া মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে৷ ছাত্ৰ গৰাকীৰ নাম সাৰধা ৰয়৷ ছাত্ৰী গৰাকীৰ ঘৰ কৃষ্ণাইৰ জ্যোতিনগৰত৷ জানিব পৰা মতে, সাৰধা ৰয়ে আজি দুপৰীয়া আন দুগৰাকী সহপাঠীৰ সৈতে দুধনৈ কলেজৰ পৰা ওলাই অহাৰ পথত তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয়৷ ইতিমধ্যে আহত ছাত্ৰী কেইগৰাকীক সংকট জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.