মেডিকেল কলেজ হাস্পাতালৰ কাম কাজৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
ঘগ্ৰাপাৰত হেলিকপ্তাৰত নামি পোনে পোনে মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হয় দক্ষিনগাওঁত নিৰ্মাণৰত মেডিকেল কলেজ হাস্পাতালৰ কাম কাজৰ বুজ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই


নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈ এক সংবাদমেলত সম্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে
২০২২ ত নেচনেল মেডিকেল কাউন্সিলত আবেদন কৰিব নলবাৰী মেডিকেল কলেজ শুভাৰম্ভনীৰ বাবে
২০২৩ চনত ইন্সপেকচনত হ’ব
২০২৩ চনত পাঠদান আৰম্ভ হব নলবাৰী মেডিকেল কলেজ হাস্পাতালত
৭৫ শতাংশ কাম সম্পূৰ্ণ হৈছে নলবাৰী মেডিকেল কলেজ হাস্পাতালত
৬ শতাধিক ৰোগী ৰখাৰ ব্যৱস্থা থাকিব নলবাৰী মেডিকেল কলেজ হাস্পাতালত
পৰবৰ্ত্তী সময়ত এহেজাৰ ৰোগী ৰখাৰ ব্যৱস্থা কৰিব নলবাৰী মেডিকেল কলেজ হাস্পাতালত
এশৰ অধিক আই চি ইউৰ ব্যৱস্থা থাকিব নলবাৰী মেডিকেল কলেজ হাস্পাতালত


প্ৰয়োজন সাপেক্ষে আই চি ইউৰ সংখ্যা বাঢ়িব
অহা ৫ ডিচেম্বৰৰ ভিতৰত এশ শতাংশ কভিড টিকাকৰণৰ চিন্তা কৰিছে চৰকাৰে
যোৰহাটৰ গণ হত্যাৰ নায়ক নিৰোদ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যু সন্দৰ্ভত মত ব্যক্ত কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বেয়া কাম কৰিলে কোনো সাৰি নাযাবকলা আপা , বগা আপা সকলোৰে বিৰুদ্ধে অভিযান চলিব বুলিও মত ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.