শেহতীয়া আপডেটঃ

বান পৰিস্থিতিঃ কেৰালাৰ ১০টা বান্ধৰ বাবে ৰেড এলাৰ্ট জাৰি; শবৰীমালা তীৰ্থযাত্ৰা স্থগিত

In Kerala, red alert has been issued for 10 dams as water level in these reservoirs are rising due to heavy rain in the catchment areas.

● কেৰালাত, ১০টা বান্ধৰ বাবে কেৰালা চৰকাৰে ৰেড এলাৰ্ট জাৰি কৰিছে। কিয়নো অৱবাহিকা অঞ্চলত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত এই জলাশয়বোৰত পানীৰ স্তৰ অভাৱনীয় ৰূপত বৃদ্ধি পাইছে। পাথানামথিট্টাৰ কাক্কি বান্ধ আৰু ত্ৰিচুৰৰ শোলায়াৰৰ শ্বাটাৰ কালি জনবসতিপূৰ্ণ অঞ্চলৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ নিয়ন্ত্ৰিত পানী মুকলি কৰি দিয়া হয়।

ইডুক্কি বান্ধৰ পানীৰ স্তৰ ২,৩৯৭.৩৪ ফুটলৈ বৃদ্ধি হোৱাৰ সৈতে, কৰ্তৃপক্ষই আজি পুৱা ১১ বজাত বান্ধটোৰ দুটা শ্বাটাৰ খোলাৰ সিদ্ধান্ত লৈছে। ইডুক্কি জিলা কৰ্তৃপক্ষই বান্ধৰ ওচৰত বাস কৰা সকলক সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে। ইডুক্কি জিলা উপায়ুক্তই কৈছে যে স্থানান্তৰ কৰিব লগা লোকসকলৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে।

পাম্পা নদী বানপানীৰ স্তৰৰ ওপৰেৰে বৈ থকাৰ বাবে শবৰীমালা মন্দিৰৰ তীৰ্থযাত্ৰা বৰ্তমান স্থগিত ৰখা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) ১১ খন জিলাৰ বাবে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কৈছিল যে, কাইলৈৰ পৰা ৩-৪ দিনৰ বাবে ৰাজ্যখনত যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনত যোৱা শুক্ৰবাৰে আৰু শনিবাৰে ধাৰাসাৰ বৰষুণ হৈছিল, যাৰ ফলত ৪ খন জিলাত আকস্মিকভাৱে বানপানী আৰু ভূমিস্খলন হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.