31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    Wariors উদ্যোগত কুসুমটোলাত বিনামুলীয়া যোগাসন কৰ্মশালাৰ:

     

    Wariors উদ্যোগত কুসুমটোলাত বিনামুলীয়া যোগাসন কৰ্মশালাৰ:

    ডিজিটেল ডেস্ক ১৩ জুলাই :

    বুধবাৰে Wariors শোনিতপুৰ জিলা অন্তৰ্গত  কুসুমটোলা আঞ্চলিকৰ সমিতি উদ্যোগত  বিনামুলীয়া যোগাসন কৰ্মশালাৰ প্ৰথমটো দিন সুন্দৰ ভাৱে যায়।

    অঞ্চলটো বহু  লৰা ছোৱালী এই কৰ্মশালাত অংশগ্ৰহণ কৰে।

    এই  কৰ্মশালা খন  শুভ দিনটোত অংশগ্ৰহণ কৰে।

    ৱাৰিৱৰ্ছ  ৰাজ্যিক বিত্ত সম্পাদিকা নিতুপৰ্ণ শৰ্মা,শোনিতপুৰ জিলাৰ সম্পাদিকা বিৰতি বৰঠাকুৰ,কুসুমটোলা আঞ্চলিকৰ সভানেত্ৰী হিমাদ্ৰী মিশ্ৰ,সম্পাদিকা পম্পি শৰ্মাকে ধৰি বহু কেইজন সদস্য সদস্যা আৰু স্থানীয় লোক উপস্থিত থকা কথা প্ৰকাশ কৰে ৱাৰিৱৰ্ছ শোণিতপুৰ জিলা সম্পাদিকা বিৰতি বৰঠাকুৰে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.