শেহতীয়া আপডেটঃ

গহপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা :: অৰুণোদয় ধন বৃদ্ধি মুখ্যমন্ত্ৰী ঘোষণা

গহপুৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা :: অৰুণোদয় ধন বৃদ্ধি মুখ্যমন্ত্ৰী ঘোষণা ।

গহপুৰ 5 এপ্ৰিল:

ঢোলৰ গুমগুমনিত আজি কঁপি উঠিছে বিশ্বনাথৰ গহপুৰ ৷

৫০ গৰাকী নাচনী আৰু ৫০ গৰাকী ঢুলীয়াই পূৰ্ণগতিত আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

উল্লেখ্য যে, গহপুৰৰ পূৰ্বজ্যোতি কৃষিপাম নিগমে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বিষ্ণু বৰা ক্ষেত্ৰ পূৰ্বজ্যোতি ক্ৰীড়া সন্থাৰ খেলপথাৰত।
আজি পৰা আৰম্ভ হোৱা সোণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ দ্বিতীয় দিনা তথা ৫ এপ্ৰিলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱা লগে লগে ঢোল বাদন আৰু বিহু নৃত্যৰে ৫০ গৰাকী ঢুলীয়া আৰু নাচনীয়ে মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনাই গহপুৰলৈ‌ ।
ইফালে ৩৩৩ গৰাকী স্বেচ্ছাসেৱক আৰু সেৱিকায়ো অনুষ্ঠানটো কোনো জনসাধাৰণৰ ৰাইজে অসুবিধা নাপায় তাৰ বাবে সম্পূৰ্ণ সাজু হৈ কাম কাজত ব্যস্ত থকা দেখা গৈছে৷

উল্লেখ্য যে, ১৯৭৪ চনত অসম কৃষিপাম নিগম আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা একমাত্ৰ পূৰ্বজ্যোতি কৃষিপাম।
এই কৃষি পামত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্য কৰি নিজৰ ভাষাণত কয়—
আমাৰ চৰকাৰে দায়িত্ব লোৱা পিছৰ পৰা অসমৰ খিলঞ্জীয়া ভূমি সংৰক্ষণ ভূমি হস্তান্তৰ আদি কাম বোৰ হাতত লোৱা হৈছে।

 


স্বাধীনতা পিছত প্ৰথম বাৰৰ বাবে খিলঞ্জীয়া ৰাইজৰ ভূমি সমস্যা বাবে মিচন বসুন্ধৰা জড়িয়তে ভূমি দিয়া কাম হাতত লোৱা হৈছে যাৰ ফলত যোৱা বছৰ অসম চৰকাৰে ৰাজ্যৰ ভূমি সম্পকে প্ৰায় ৭ লাখ ৫০ হাজাৰ আবেদন লাভ কৰি তাৰ সমস্যা দূৰ কৰিছে। ইফালে এইবিৰো খিলঞ্জীয়া ভূমি স্বাৰ্থত বসুন্ধৰা ০.২ জড়িয়তে ইতিমধ্যে ভূমি সম্পকে প্ৰায় ১৩ লাখ আবেদন ইতিমধ্যে লাভ কৰিছে শীঘ্ৰে এই আবেদনৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে ।

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় গহপুৰ পূৰ্ব জ্যোতি কৃষি পাম নিগমৰ নামত থকা ৫ হাজাৰ ভূমি নিগমৰ প্ৰায় ১১ শ পৰিয়ালৰ নামত ব্যক্তিগত পট্ৰা দিয়া দাবী প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কৃষি পাম নিগমৰ নামত থকা ৫ হাজাৰ ভূমি ভিতৰত ৪ হাজাৰ ভূমি নিগমৰ পৰিয়াল সকলৰ নামত ব্যক্তিগত কৰি দিয়া লগতে ১ হাজাৰ বিঘা ভূমি নিগমৰ নামত অন্যথা চৰকাৰৰ নামত ৰাখিবলৈ আহ্বান জনাই কাৰণ ভৱিষ্যত এই ১ হাজাৰ ভূমি জড়িয়তে বিভিন্ন উন্নয়ন মূল কাম লব পৰা যাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই আহ্বান কৰে।

আনহাতে লগতে কয় মুখ্যমন্ত্ৰীয়ে আমাৰ চৰকাৰে কৃষি জড়িয়তে কি দৰে উন্নয়ন কৰিব পাৰি তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি প্ৰথম বাৰৰ বাবে চৰকাৰে কৃষকৰ ধান ক্ৰয় কৰা কাম হাতত লৈছে সেই দৰে এই বাৰ পৰা কৃষকৰ সৰিয়হ ক্ৰয় কৰা কাম চৰকাৰে হাতত লব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু কৃষকৰ সম্পদ সমূহয যাতে মধ্য ভূগি নাথাকে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে তাৰ উপৰিও ৰাজ্যত মচুৰ খেতি কৰা ও পৰিকল্পনা চৰকাৰে কৰা বুলি উল্লেখ কৰে।যিহেতু বহি: ৰাজ্য পৰা এই দালি চাউল মিঠাতেল আহে যাৰ ফলত এই বাৰ আমাৰ চৰকাৰে ২৭০ টা Rice mill
ৰাজ্য ২৭০ জন শিক্ষিত নিবনুৱা যুৱক প্ৰদান কৰা সিদ্ধান্ত লোৱাৰ হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে এই সভাতে ৰাজ্যৰ ৩০ লাখ মহিলাই লাভ কৰা অৰুণোদয় আচঁনি ধন বৃদ্ধি কৰা কথা ঘোষণা কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.