শেহতীয়া আপডেটঃ

বিলাসীপাৰাত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন

বিলাসীপাৰাত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন :

সমগ্র দেশৰ লগতে ধুবুৰী জিলাৰ
বিলাসীপাৰা আই এন এ খেল পথাৰত দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কৰা হয় ।

বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে উত্তোলন কৰে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা ।

ইয়াৰ পিছতে অসম আৰক্ষীৰ দ্বাৰা প্ৰদৰ্শিত কুজ কাৱাজ গ্ৰহণ কৰে মহকুমাধিপত গৰাকীয়ে ।
মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ প্ৰমুখ্যে কেবাগৰাৰী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ধুবুৰীৰ পৰা আলী আজাত ইছলাম

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.