শেহতীয়া আপডেটঃ

APSCত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে SIT অভিযান

APSCত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে SIT অভিযান

গুৱাহাটীৰ ডিজিটেল ডেস্ক ২২ নৱেম্বৰ :
অব্যাহত আছে আৰু ইতিমধ্যে দুজন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে মাজনিশা চলা SITৰ অভিযানত APSCত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত শ্বাহজাহান সৰকাৰ (এ পি এছ) আৰু ঐশ্বর্য জীৱন বৰুৱা (এ পি এছ)ক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ঐশ্বৰ্য জীৱন বৰুৱা পূৰ্বৰ গুৱাহাটীৰ আৰক্ষী বিষয়া অপূৰ্ব জীৱন বৰুৱাৰ পুত্ৰ। পিতৃৰ ক্ষমতাৰ বলতে লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে ঐশ্বৰ্য জীৱনক APSC বাচনি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱাকৈয়ে ঐশ্বৰ্য জীৱন বৰুৱাই বাচনি লাভ কৰিছিল। অভিযোগ মতে, তাৰিখ পাহৰি যোৱাৰ বাবেই APSC পৰীক্ষাৰ অন্তিম অংশ সাক্ষাৎকাৰত অৱতীৰ্ণ নোহোৱা ঐশ্বৰ্য জীৱন বৰুৱাক পাছত ৰাকেশ পালে নিজৰ ব’ৰ্ডত বহাৰ সুবিধা কৰি দিছিল। ঐচ্ছিক বিষয়ত ঐশ্বৰ্য জীৱন বৰুৱাই ২০০ নম্বৰৰ ভিতৰত অবিশ্বাস্য ১৮৮ নম্বৰ লাভ কৰিছিল। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে উক্ত বৰ্ষৰ পৰীক্ষাত ঐচ্ছিক বিষয়ৰ প্ৰশ্নকাকতত ১২টা প্ৰশ্ন ভুল আছিল। সেই হিচাপে ২৪ নম্বৰ বিয়োগ হ’লে সৰ্বোচ্চ নম্বৰ হ’ব লাগে ১৭৬। কিন্তু ঐশ্বৰ্য জীৱন বৰুৱাই কেনেকৈ ১৮৮ নম্বৰ লাভ কৰিলে সেয়াও এক ৰহস্যৰ বিষয় হৈ পৰিছে

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.