31.3 C
Guwahati
Saturday, January 17, 2026
More

    Trending Now:

    বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটা

    — গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৬ অসম চৰকাৰৰ ২০২৬ বৰ্ষৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী প্রয়াত সমৰ হাজৰিকা (মৰণোত্তৰভাৱে) আৰু ধনদা পাঠকক মনোনীত কৰা হৈছে।...

    শেহতীয়া আপডেটঃ

    শব্দ বৰষা : অসমীয়া কণ্ঠ সংশ্লেষক (Assamese Voice Synthesizer)

    শব্দ বৰষা : অসমীয়া কণ্ঠ সংশ্লেষক (Assamese Voice Synthesizer)

    মাননীয় সম্পাদক মহোদয়,

          অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটা ভাল খবৰ যে ‘শব্দ ডট অৰ্গ (http://www.xobdo.org)’ৰ  দ্বাৰা শব্দ বৰষা’ নামৰ এটা অসমীয়া কণ্ঠ সংশ্লেষক  (Assamese Voice Synthesizer) তৈয়াৰ কৰি উলিয়াইছে । ইয়াৰ ৱেবচাইট লিংকটো হ’ল – http://www.xobdo.org/boroxa/। এই প্রকল্পটো লগত জড়িত ব্যক্তিসকল হ’ল – শব্দ অভিযান্ত্ৰিক,ব্যৱস্থাপনা আৰু সমন্বয়ত আছে- বিক্ৰম ম. বৰুৱা আৰু অভিনাশ হাতিকাকতি;  কণ্ঠশিল্পী হ’ল শ্ৰীমতী বৰ্ষা বন্দিতা; কণ্ঠ সংশ্লেষক বিকাশত আছে – অসম কৃত্ৰিম বুদ্ধিমত্তা উদ্যোক্তা গোট; কম্পিউটাৰ অভিযন্তা হ’ল পল্লৱ শইকীয়া। লগতে  কম্পিউটিং সম্পদেৰে সহায় কৰিছে আই আই টি ধৰৱাদৰ সহকাৰী অধ্যাপক ড° দীপক কে টিয়ে।

          ডিজিটেল মাধ্যমত অসমীয়া ভাষা আৰু সাহিত্যৰ উপলব্ধতা, প্রসাৰ আৰু প্রচাৰৰ বাবে  শব্দ বৰষা’ নামৰ অসমীয়া কণ্ঠ সংশ্লেষক  প্ৰকল্পৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো । অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে  সকলোৱে এই প্রকল্পটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালো।

    ড° বুলজিৎ বুঢ়াগোহাঁই,

    আজাৰা , গুৱাহাটী -৭৮১০১৭

    ফোন: ৯৪৩৫১৮৮৬৩০

    ই-মেইল: buljit@gmail.com

    www.buljit.com

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
    • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
    • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
    • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
    • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
    • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
    • FREE BIRD | ZUBEEN GARG |
    • Herowa Chanda- Trailer

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.