শেহতীয়া আপডেটঃ

বিহালী আৰক্ষী সুৰা বিৰোধী অভিযান :: অবৈধ্য অৰুণাচলী সুৰা ভৰ্তি দুখনকৈ ট্ৰাক জব্দঃ ত্ৰিশ লক্ষাধিক টকাৰ সুৰা জব্দ ::

 

বিশ্বনাথ ২৫ জুন ::
বিহালীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ জব্দ ট্ৰাক ।

বিহালী আৰক্ষী থানা ভা:প্ৰাপ্ত আৰক্ষী বিষয়া আৰু বৰগাং আৰক্ষীয়ে দীৰ্ঘদিন ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চলাই অহা অভিযানত শনিবাৰে দুখনকৈ সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীয়ে।

Liquor truck seized in Behali

শনিবাৰে পুৱা
বিহালী আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন গগৈৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰৈ নৈ দলং কাষতে  নাকা তালাচীত চলাই থকা সময়ত সুৰাভৰ্তি দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী দলটোৱে।
আৰক্ষী সূত্ৰ প্ৰকাশ যে
অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা মনিপুৰলৈ নি থকা সুৰা ভৰ্তি AS-01NC-4286 আৰু MN01-9547 নম্বৰৰ ট্ৰাক দুখনত প্ৰায় 15 শ কাৰ্টুন সুৰা উদ্ধাৰ হয়।

ইফালে সুৰা সমূহ আৰক্ষীয়ে  জব্দ কৰে।

কৰা সুৰা সমূহ আনুমানিক মূল্য প্ৰায় 30, লক্ষ টকা হ’ব জানিব দিয়ে আৰক্ষীয়ে।

আনহাতে যোৱা কেঈবাদিন ধৰি বিহালী আৰক্ষী আৰু বিশ্বনাথ আৱকাৰী চতিয়া চাৰ্কোল, বিহালী চাৰ্কোলৰ নেতৃত্বতো বিশ্বনাথ জিলা বিভিন্ন স্থানত অবৈধ অৰুণাচলী সুৰা আৰু অবৈধ চুলাই বিৰুদ্ধে অভিযান অব্যাহত ৰখা দেখা গৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.