Sunday, May 25, 2025
27 C
Guwahati

বিভাগৰ নাম সলনি হ’ল কিন্তু মুকলি নহ’ল বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্য্যলয় গৃহ:

- Advertisement -

বিভাগৰ নাম সলনি হ’ল কিন্তু মুকলি নহ’ল বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্য্যলয় গৃহ:

- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ ১৭ মে:

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল। এতিয়া এই বাক্য শাৰী যেন এটা চৰকাৰী বিভাগৰ কাৰ্যালয়ৰ ক্ষেত্ৰতত ব্যৱহাৰ কৰিব লগা হৈছে। আচলতে আছে গৰু নাবায় হাল থকাকৈ নথকাই ভাল উক্ত বাক্য শাৰী তথা ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দেখা যায় । আচলতে এই কথাফাকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হয় যে যিকোনো গুৰুত্বপূৰ্ণ বস্তু বা মূল্যবান সমাগ্ৰী যদি ব্যৱহাৰ কৰা নহয়। এতিয়া যে এই বাক্য শাৰী অসমৰ চৰকাৰ ব্যায়াম বিভাগৰ গড়কাপ্টক বিভাগৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে।
উল্লেখযোগ্য বিভাগটোৰ পূৰ্বে নাম আছিল গড়কাপ্টিক বৰ্তমান এই বিভাগটোৰ নাম হৈছে লোক নিৰ্মাণ বিভাগ।
কিন্তু বিভাগটোৰ নাম সলনি হ’ল কিন্তু বিভাগটোৰ কাৰ্যালয়টো মুকলি নহ’ল পাঁচটা বছৰে। দিনৰ পিচত দিন পাৰ হৈছে কিন্তু আজিলৈ চৰকাৰী কাৰ্যালয়টোত খোজ নেপেলালে বিভাগীয় কোনো এজন বিষয়া তথা কৰ্মচাৰীয়ে। বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগৰ তথ্য অনুসৰি এই গৃহটো নিৰ্মাণ কৰা প্ৰায় পাঁচটা বছৰ অতিক্ৰম কৰিলে। কিন্তু বিগত ৫ টা বছৰৰো অধিক কাল বন্ধ হৈ থকাত জৰাৰ্জীণ ৰূপ ধাৰণ কৰিছে এই জিৰণি গৃহটোৱে। কিন্তু পাঁচটা বছৰ অতিক্ৰম কৰা পিছতো এই গৃহটি মুকলি কৰিবলৈ সক্ষম নহ’ল লোক নিৰ্মাণ বিভাগে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেৰেলীয়াত অৱস্থিত এই লোক নিৰ্মাণ বিভাগৰ জিৰণি গৃহটি এতিয়া মাথোঁ তলা লগাই থোৱা বাহিৰে নাই কোনো কৰ্মচাৰী । বিগত পাঁচটা বছৰে তলা লগাই বন্ধ কৰি ৰাখিছে লোক নিৰ্মাণ বিভাগে। কিন্তু এই গৃহটি আচলতে নিৰ্মাণ কৰা উদ্দেশ্য আছিল দূৰ-দূৰনী লোকে যাত্ৰা কৰা সময়ত কিবা অসুবিধা সন্মুখীন হ’লে তেতিয়া এই গৃহটোত নিশা বা দিনৰ ভাগত জিৰণি লয়। কিন্তু এতিয়া এই গৃহটি চাৰিওফালে মাথোঁ হাবি-জংঘলৰ আবৰি থকা দেখা গৈছে।

যাৰ ফলত একাংশ লোকে নিশা হলেই বিভিন্ন অনৈতিক কাৰ্য কৰা এক সুবিধা জনক স্থান হিচাপে গ্ৰহণ কৰে।
এই দৰে চৰকাৰে ৰাজ ভড়ালৰ লাখ লাখ টকাৰ ব্যৱহাৰ কৰি গৃহটি নিৰ্মাণ কৰি পেলাই থোৱা ফলত এতিয়া হাবি জংঘলে ভৰি পৰিছে। এই দৰে হাবি জংঘলে আবৰি থকাত স্থানীয় লোকে অসন্তুষ্টি প্ৰকাশ কৰে।

- Advertisement -

Hot this week

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

কলকাতা ভ্ৰমণ ✒️ৰিতুপৰ্ণা আভা

১৫/০৪/২০২৫ কলকাতা ভ্ৰমণৰ আটাইতকৈ ভাল লগা সময়কণ আছিল "ভিক্টোৰিয়া মেমৰিয়েল...

গ্ৰন্থ আলোচনাঃ ‘নৈ বৈ যায়’ – ✒️ৰিতুপৰ্ণা

নদীমাতৃক ৰাজ্য অসমৰ সভ্যতা, সাহিত্য, সংস্কৃতিৰ ক্ৰমবিকাশৰ সাক্ষী হৈ...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Related Articles

Popular Categories

Assam
overcast clouds
27.8 ° C
27.8 °
27.8 °
66 %
1.3kmh
98 %
Sat
27 °
Sun
28 °
Mon
24 °
Tue
30 °
Wed
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds