ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গুৰুত্ব ভাৱে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ
![]()
অসম প্ৰতিনিধি ৰঙিয়া ১৯ ছেপ্টেম্বৰ।
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনা ফলত আহত হয় এজন লোকৰ ।
গুৱাহাটী অভিমুখী গৈ থকা এখন তীব্ৰ বেগী ট্ৰাকে মটচাইকেল এজন আৰোহীক খুন্দা মৰা ফলত গুৰুত্ব ভাৱে। আহত হয় লোক জন।
জানিব পৰা মতে
আহত হোৱা লোক জন
ৰঙিয়াৰ ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰ।
কৰ্মচাৰী গৰাকীয়ে নিজৰ AS 01 EO 4843 নম্বৰৰ বুলেট বাইকেৰে কৰ্মস্থলীলৈ গৈ থকা মূহুৰ্তত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন পলায়ন কৰে।
আহত লোক জনক স্থানীয় লোকে চিকিৎসালৈ প্ৰেৰণ কৰে।



