শেহতীয়া আপডেটঃ

পীড়লা সত্ৰত আৰ্চায নাৰায়ণ দেৱৰ তিৰোভাৱ তিথি উদযাপনঃ নাম-প্ৰসঙ্গৰ আয়োজন

◊মনীষা শৰ্মাঃ মহাপুৰুষ হৰিদেৱ দেৱৰ শিষ্য আচাৰ্য নাৰায়নদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা জিলাৰ গণকপাৰা গাওঁত অৱস্হিত শ্ৰী শ্ৰী পীড়লা সত্ৰত ২১ ফেব্ৰুৱাৰীত নাম প্ৰসঙ্গ অনুস্থান উদযাপন কৰা হয়৷ বহৰি আৰু বামপাৰা গাওঁৰ প্ৰায় ১০০ জন ভকত আৰু নামতিয়ে উক্ত অনুস্থানত উপস্থিত থাকে৷

উল্লেখযোগ্য যে অনুস্থানটোত প্ৰতিনিধিত্ব কৰে শ্ৰী শ্ৰী পীড়লা সত্ৰৰ সম্পাদক মুন শৰ্মাই৷ বঙাইগাঁওৰ ছিৱনচিলা সত্ৰৰ পৰাও এটা দল উক্ত অনুষ্ঠানটোত যোগদান কৰে৷ পীড়লা সত্ৰৰ সত্ৰাধিকাৰ দ্বীপেন্দ্ৰনাথ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ গুনজিৎ গোস্বামীও উক্ত অনুষ্ঠানটোত উপস্থিত থাকে৷ সত্ৰত নাম প্ৰসঙ্গ শেষ কৰি পীড়লা সত্ৰৰ নিলগত থকা বামপাৰা বাসুদেৱ মন্দিৰত সকলোৱে ভোজভাত গ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জনিবলৈ দিয়ে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.