ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ

Polytechnic College in Narayanpur

■ বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে কোকৰাঝাৰ জিলাৰ সাপকাটা গাওঁৰ অণু ৰাভা নামৰ ২৩ বছৰ বয়সৰ এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ পিতৃৰ নাম ফুলেশ্বৰ ৰাভা। নিজ ইচ্ছাৰে আদালতৰ অংগীকাৰ পত্ৰৰ যোগেদি হিন্দু ধৰ্ম ত্যাগ কৰি অনুফা খাতুন বুলি নামেৰে আজিৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে। যুৱতীগৰাকীয়ে ইছলাম ধৰ্মৰ সকলো নীতি-নিয়ম পালন কৰাৰ প্ৰতিজ্ঞা লয়। সংবাদ মাধ্যমৰ সন্মুখত তেওঁ এইদৰে মত প্ৰকাশ কৰিছে,

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.