Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি

বিশ্বনাথ জিলাৰ অন্তৰ্গত পাতৰ জনগোষ্ঠীৰ অধ্যুষিত এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা পাতৰ সমাজে ৷
বিদ্যায়তনিক দিশৰ উপৰিও কলা-শিক্ষা, স্বাস্থ্য বিধি, ব্যায়াম-যোগাসন, কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীতকে ধৰি বিভিন্ন শিক্ষামুলক দিশসমুহ কাৰ্যক্ৰমণিকাত সাঙুৰি লোৱা হৈছে। ইতিমধ্যে বিশ্বনাথ জিলা পাতৰ সমাজৰ অন্তৰ্গত বালিজান, হনুপাম-টঙীয়া, চামগুৰি-ঘিলাধাৰী, ধূলি-বালিচাং, ডিপলোঙা-বেজৰহোলা, বৰপাম পাতৰবস্তি, আৰু মুখৰগড় প্ৰাথমিক সমিতিৰ গাঁও আৰু চাহ বাগিচা অঞ্চলত এই কাৰ্যসূচী ৰূপায়নৰ শুভাৰম্ভণি কৰা হৈছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা পাতৰ সমাজৰ সম্পাদক কৃষ্ণ পাতৰ আৰু শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰে ৷ সেয়েহে কাৰ্যসুচীভাগ সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে পাতৰ সমাজৰ বিষয়ববীয়া সকলে ৷

বালিচাঙৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ
DB News
১৬ জুলাই

- Advertisement -

Hot this week

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °