শেহতীয়া আপডেটঃ

বৰভাগৰ সীমান্তৱৰ্তী বগলচ ৰোডত পুৱাই দুৰ্বৃত্তই লুটিলে বলেৰ’ পিকআপ ভেন

■ অৰুনাচলৰ পৰা ব্ৰইলাৰ মুৰ্গী দি ওভতাৰ পথত ঘগ্ৰাপাৰৰ পৰা অপহৰণ কৰি আনি বগলচ ৰোডত লুটপাত চলাই দুৰ্বৃত্তৰ দলটোৱে৷

নগদ ৬০ হাজাৰ টকা সহ দুটা মোবাইল ফোন এখন এ টি এম কাৰ্ড আৰু গাড়ীখনৰ চাবি লৈ উধাও হয় দলটো।

দ্ৰাইভাৰ আৰু হেণ্ডিমেন জনক মাৰধৰ কৰাৰ ফলত দ্ৰাইভাৰ ইদ্ৰিছ খান গুৰুতৰ ভাবে আহত হয়৷

প্ৰায় ১০-১২ জনীয়া দুৰ্বৃত্তৰ দলটিয়ে এখন বলেৰ আৰু দুখন পিকআপ ভেন লৈ আহিছিল৷

অৱশেষত ঘগ্ৰাপাৰ আৰক্ষীয়ে গাড়ীখন চমজি লৈ দ্ৰাইভাৰ জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.