Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

ভাৰতীয় ৰে’ল সেৱাত নিযুক্তি: দশম শ্ৰেণী উত্তীৰ্ণ হোৱাসকলৰ বাবে এই সুবিধা!

🚉 যদি আপুনি ৰে'লপথত কাম কৰিব বিচাৰে, তেন্তে এইয়া বৰ্তমান ভাল সুযোগ 🚉 ২০ অক্টোবৰলৈকে আবেদনৰ সময়সীমা 🚉 সবিশেষ বিৱৰণ চাওক

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

● আবেদনৰ বিৱৰণ চাওক
ৰে’লৱেত চাকৰিৰ বাবে আবেদন কৰিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে এইটো এটা ভাল সুযোগ। আগ্ৰহী প্ৰাৰ্থীসকলে rrcnr.org অফিচিয়েল ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২০ অক্টোবৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

ভাৰতীয় ৰে’লৱেত চাকৰিৰ বাবে আবেদন কৰিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে এইটো এটা ভাল সুযোগ। ৰে’লৱে নিযুক্তি কোষ উত্তৰ ৰে’লৱেই (RRC NR) এপ্ৰেণ্টিছ পদৰ নিয়োগৰ বাবে আবেদন বিচাৰিছে। আবেদন প্ৰক্ৰিয়া ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। ৰে’লৱেই জাৰি কৰা জাননী অনুসৰি, এই নিযুক্তিৰ অধীনত ৩০৯৩ টা খালী পদ পূৰণ কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে rrcnr.org অফিচিয়েল ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰে। অনলাইন আবেদনৰ অন্তিম তাৰিখ ২০ অক্টোবৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

■ শিক্ষাগত অৰ্হতা উক্ত পদৰ আবেদন কৰাৰ বাবে, প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰিও, প্ৰাৰ্থীসকলৰ ওচৰত সংশ্লিষ্ট ক্ষেত্ৰৰ পৰা আইটিআই উত্তীৰ্ণ প্ৰমাণপত্ৰ থাকিব লাগিব। প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ ১০০ টকাৰ অনলাইন মাচুল পৰিশোধ কৰিব লাগিব।

■ বয়সৰ সীমা নিম্নতম ১৫ বছৰ আৰু সৰ্বাধিক ২৪ বছৰ নিৰ্ধাৰণ কৰিছে।

■ অনলাইন আবেদনৰ তাৰিখ আৰম্ভ – ২০ ছেপ্টেম্বৰ ২০২১ অনলাইন আবেদনৰ অন্তিম তাৰিখ – ২০ অক্টোবৰ ২০২১

আগ্ৰহী প্ৰাৰ্থীসকলে ২০ অক্টোবৰৰ ভিতৰত এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে, আপুনি rrcnr.org অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু আপোনাৰ তথ্যৰ সৈতে পঞ্জীয়ন কৰিব লাগিব। এই পদবোৰত চাকৰি পাবলৈ, প্ৰাৰ্থীসকলে কোনো লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগিব, কিন্তু দশম শ্ৰেণীত প্ৰাপ্ত নম্বৰৰ ওপৰত আধাৰিত কৰি মেধা তালিকা প্ৰস্তুত কৰা হ’ব।

- Advertisement -

Hot this week

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °