শেহতীয়া আপডেটঃ

বি এছ এফৰ উদ্যোগত আজাৰাত বৃহৎ চাফাই অভিযান

আজাৰা ,৪ ডিচেম্বৰ : সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা চলি থকা স্বচ্চতা পক্ষেকৰ লগত সংগতি ৰাখি “স্বচ্ছতা হে সেৱা” বাণীৰ আধাৰত ৩ ডিচেম্বৰত আজাৰা অঞ্চলত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।

বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক গৰাকীৰ তদাৰকতাত চলোৱা চাফাই অভিযানত ভাগ লোৱা বিষয়া – জোৱান সকলে আজাৰা ৰেলৱে ষ্টেছন চৌহদ, ৰাণীগেট বজাৰ চৌহদ আৰু গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত হাতে হাতে ঝাৰু, কোৰ, কোডাল লৈ জাবৰ – যোথৰ আৰু আৱৰ্জনা সমূহ চাফ – চিকুণ কৰে। ইফালে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি একে সময়তে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত থকা তিনিটাকৈ চেক্টৰ মুখ্য কাৰ্যালয়, বেটেলিয়ান মূখ্য কাৰ্যালয় আৰু ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তত থকা সীমান্ত নিৰীক্ষণ চকী সমূহৰ উদ্যোগতো চাফাই অভিযান চলোৱা হয়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.