শেহতীয়া আপডেটঃ

এজন ব্যতিক্ৰমী পূজাৰী আৰু মহানুভৱতা

এজন ব্যতিক্ৰমী পূজাৰী আৰু মহানুভৱতা

অসম খবৰ চতিয়া ৪ এপ্ৰিল :

এজন ব্যতিক্ৰমী পূজাৰী ৷ পূজাৰী জন এই কাৰণেই ব্যতিক্ৰমী বুলি কৈছো কাৰণ এই জন পূজাৰীয়ে মন্দিৰটোত থকা দেৱদেৱীৰ লগতে নিতৌ পূজা কৰে দেৱদেৱীৰ লগতে নিৰ্মাণ কৰি লোৱা নিজন আৰু নিজৰ জীৱিত পত্নীৰ প্ৰতিমূৰ্ত্তিত ৷এইবাৰ নিজৰ মহানুভৱতাৰ পৰিচয় দি পুনৰ চৰ্চালৈ আহিছে চতিয়াৰ ঘিলাধাৰী নৈৰ সমীপত থকা পঞ্চমূখী হনুমানন্ মন্দিৰৰ এইজন পূজাৰী ৷

 

মন্দিৰৰ দান-বৰঙনিৰে এইবাৰ পূজাৰী জনে কিনিলে এখন এম্বুলেন্স ৷ বাবা ৰাম দাস সন্তজী মহাৰাজ নামৰ এই পূজাৰী জনক বোলে সপোনত ইশ্বৰে নিৰ্দেশ দিয়াৰ বাবে দুখীয়াৰ বাবে কিনিলে এইখন এম্বুলেন্স ৷ ২০০৮ চনৰ পৰা পোৱা দান-বৰঙনিৰে এম্বুলেন্স কিনি ৰাইজলৈ উচৰ্গা কৰিছে৷ বিশ্বনাথৰ ঘিলাধাৰী দলংৰ কাষত থকা শিৱ গংগা ধাম পঞ্চমুখী হনুমান মন্দিৰৰ পুৰোহিত বাবাই কিনা এই এম্বুলেন্স খনৰ জড়িয়তে উপকৃত হব ৰোগী সকল ৷ যি সকল ৰোগীৰ সামৰ্থ্য আছে কেৱল তেল ভৰালেই পাব এই এম্বোলেন্স সেৱা আৰু যি সকল ৰোগীৰ সামৰ্থ্য নাই বিনামুলীয়াকৈ লাভ কৰিব এই এম্বুলেন্স সেৱা ৷ জৰুৰীকালীন সময়ত এম্বুলেন্স লাগিলে মন্দিৰ কৰ্তৃপক্ষৰ লগত 8486312848 নম্বৰত যোগাযোগ কৰিলেই ৰোগীয়ে লাভ কৰিব এম্বুলেন্স সেৱা ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.