স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে এতিয়ালৈকে দেশত ৮৪ কোটি ৮২ লাখ ৮০ হাজাৰতকৈও অধিক কোভিড প্রতিষেধকৰ পালি প্ৰদান কৰা হৈছে।
মন্ত্ৰালয়ে কয়, বৃহস্পতিবাৰে ৬৪ লাখ ৫৮ হাজাৰৰো অধিক প্রতিষেধকৰ পালি প্ৰদান কৰা হয়।

Copyright © 2023 | WordPress Theme by MH Themes
Leave a Reply