শেহতীয়া আপডেটঃ

পৰ্বতঝোৰাৰ বগৰীবাৰী আৰক্ষী আৰু টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত  বিশ্ব ধপাঁত মুক্ত দিৱস পালন 

অসম খবৰ ডিজিটেল ধুবুৰী ২৬ জুন ::

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি আজি বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাত বগৰীবাৰী আৰক্ষী আৰু টিপকাই আৰক্ষীৰ যৌথ উদ্যোগত বিশ্ব ধপাঁত মুক্ত দিৱস পালন কৰা হয়।

উক্ত দিৱসৰ লগত সংগতি ৰাখি  আৰক্ষীৰ  কৰ্মকৰ্তাসকলে ৰাইজক ধপাত তথা ড্ৰাগচৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যুব প্ৰজন্মক নিচামুক্ত সমাজ গঢ়াৰ বাবে এক সজাগতামূলক পদ যাত্ৰা কৰে।

 

এই সজাগতামূলক অনুষ্ঠানটোত ৰাইজক ড্ৰাগচমুক্ত সমাজ গঢ়াৰ বাবে প্ৰচাৰ চলায়।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে   বগৰীবাৰী  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস,সহকাৰী  উপপৰিদৰ্শক  অনোৱাৰ হুছেইন, টিপকাই উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংগৰাজ ছেত্ৰীয়ে উপস্থিতি  ধপাঁতৰ পৰা নৱ প্ৰজন্মক বিৰত থকাৰ আহ্বান জনায় ।

লগতে এই অনুষ্ঠানটোত অঞ্চলটোৰ সচেতন ৰাইজে এই কাৰ্যসূচীত অংশগ্ৰহন কৰে।

ধুবুৰী পৰা আলী আজাত ইছলামৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.