প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কৰ্মৰাজিক স্বীকৃতি; মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

 

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক পদ্মভূষণ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ আন ৮ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান

Padma Awards at 2021: মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক (Tarun Gogoi)।

[/video]

 

ৰাষ্ট্ৰপতি ভৱনত (Rashtrapati Bhavan) আয়োজিত অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় অসমৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। পত্নী ডলী গগৈক এই সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Ramnath Kovind)।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক পদ্মভূষণ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ আন ৮ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয় ক্ৰমে ইমৰান শ্বাহ, দুলাল মাংকি, ৰমেন শৰ্মা, বীৰুৱালা ৰাভা, বিজয়া চক্ৰৱৰ্তী, গোপীৰাম বৰগায়ন, লখিমী বৰুৱা আৰু মংগল সিং হাজোৱাৰীলৈ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.