নলবাৰীত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি

 

নলবাৰীত শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি

অসম খবৰ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ ৮ ছেপ্টেম্বৰ ::

সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰত পুৱাৰে পৰা ভকত বৈষ্ণৱৰ ভিৰ ।নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমুহ। থিক তেনেদৰে নলবাৰী জিলাতো সম্পূৰ্ণ কভিড নীতি নিয়মৰ মাজত  মানি নলবাৰী বিভিন্ন ঠাইত গুৰু  ৪৫৩ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হয়।

নলবাৰী জিলাৰ বৰভাগৰ কোটালকুছি বৈৰাগী তোলা কীৰ্তন নামঘৰৰ লগতে নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ নামঘৰ সমুহত বাপ বান্ধৱ লগ হৈ নাম প্ৰসংগৰে স্মৰণ কৰিছে গুৰুজনাক।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.