তেজপুৰ গৰৈমাৰীত চেলুন-স্পা-বিউটী পাৰ্লাৰৰ মুকলি :

তেজপুৰ গৰৈমাৰীত চেলুন-স্পা-বিউটী পাৰ্লাৰৰ মুকলি ::

মঙলবাৰে তেজপুৰ বিশিষ্ট সমাজ কৰ্মী দীপক শইকীয়াই তেজপুৰ গৰৈমাৰীত যুটীকা বৈশ্যৰ JUST For You Hair Beauty And Spa Salon  খন শুভাৰম্ভ কৰে।

 

তেজপুৰ বিমানবন্দৰৰ ওচৰৰ গৰৈমাৰীত এই চেলুন-স্পা-বিউটী পাৰ্লাৰ খনে  কেৱল স্থানীয় লোকেই নহয়, দেশ-বিদেশৰ পৰা অহা লোক সকলেও এই সেৱাৰ সুবিধা পোৱাৰ লগতে বহু কেইজন যুৱক-যুৱতী জীৱিকা এক পথ মুকলি হ’ল   বুলি  প্ৰকাশ কৰে বিশিষ্ট সমাজ কৰ্মী দিপক শইকীয়াই।

 


আনহাতে পাৰ্লা খনৰ পৰিচালকে জনোৱা অনুসৰি চুলি কটা, চুলিৰ বং, মসৃণকৰণ, ফেচিয়েল, Spa টেট্র. নখ সম্প্ৰসাৰণ কইনাৰ ৰূপসজ্ঞা, মেহেন্দিকে ধৰি বিভিন্ন প্ৰকাৰৰ সেৱা উপলদ্ধ হৈছে। এই সেবাসমূহ লাভ কৰিবলৈ আগতীয়াকৈ বুকিংও কৰিব পাৰিব সকলো গ্রাহকে।

আনহাতে দীর্ঘদিন ধৰি এই অঞ্চলত অত্যাধুনিক আৰু সম্পূৰ্ণৰূপে সজ্জিত ইউনিচেন্স পার্লাৰৰ  এখনৰ অভাৱ আছিল যিটো আজি সম্পূর্ণ হৈছে বুলি প্ৰকাশ কৰে ।

লগতে পৰিচালক যুটীকা বৈশ্যয়েই জনোৱা অনুসৰি যি সকল দৰিদ্ৰ যুৱক-যুৱতীয়ে  বিউটি পাৰ্লাৰ প্ৰশিক্ষণ লবলৈ আগ্ৰহী সেই সকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে পৰিচালক যুটীকা বৈশ্যই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.