শেহতীয়া আপডেটঃ

নলবাৰী জিলাৰ দলুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ১০ গৰাকী যাত্ৰীৰ

■ নলবাৰীৰ দলুৱাত পথ দূৰ্ঘটনা৷

■ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰিল এখন ট্ৰেভেলাৰ৷

■ ঢেকিয়াজুলিৰ পৰা ধুবুৰীলৈ শ্ৰমিক কঢ়িয়াই আনিছিল ট্ৰেভেলাৰ খনে৷

■ AS12AC5201 নম্বৰৰ ট্ৰেভেলাৰ খন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলুৱাত প্ৰায় ৮-৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত।

■ এজোপা নাৰিকল গছত খুন্দা মাৰি ওলমি ৰয় গাড়ীখন৷

■ ট্ৰেভেলাৰ খনে কঢ়িয়াই আনিছিল ১০ গৰাকীকৈ যাত্ৰী৷

■ কম-বেচি পৰিমাণে আহত হৈছে কেবাজনো যাত্ৰী৷

■ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰা হয় যাত্ৰীসকলক।

■ আহত যাত্ৰী সকলক পঠোৱা হৈছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ৷

■ মেচিনৰে চিট কাটি উলিওৱা হৈছে যাত্ৰীক৷

■ কথমপি প্ৰাণ ৰক্ষা ১০ গৰাকীকৈ যাত্ৰীৰ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.