ভেটি লওঁতে হাতে-লোটে ধৰা পৰিল গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ ASI চবিন পল দাস

Goalpara : থানাৰ ভিতৰতে গ্ৰেপ্তাৰ থানাৰ আৰক্ষী, উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী উপপৰিদৰ্শক ।

এইবাৰ উৎকোচ লৈ ধৰা পৰিল স্বয়ং আৰক্ষী। গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ আৰক্ষী উপ–পৰিদৰ্শক চবিন পাল দাসক হাতে–লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই।

 

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.