Goalpara : থানাৰ ভিতৰতে গ্ৰেপ্তাৰ থানাৰ আৰক্ষী, উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল আৰক্ষী উপপৰিদৰ্শক ।
এইবাৰ উৎকোচ লৈ ধৰা পৰিল স্বয়ং আৰক্ষী। গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ আৰক্ষী উপ–পৰিদৰ্শক চবিন পাল দাসক হাতে–লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই।