শেহতীয়া আপডেটঃ

সত্ৰীয়া শিল্পী দেবেন বৰাবৰগায়নৰ প্ৰথম স্মৃতি দিৱস পালন

প্ৰখ্যাত সত্ৰীয়া শিল্পী,সত্ৰীয়া সংস্কৃতিৰ ওজা দেবেন বৰাবৰগায়নৰ আজি প্ৰথম মৃত্যু বাষিৰ্কী দিনজোৰা কাৰ্যসূচীৰে কল্যানপুৰ হৰি মন্দিৰত অনুষ্ঠিত হয় ।
প্ৰখ্যাত সত্ৰীয়া ওজা গৰাকীৰ স্মৃতিত যাকু নাহি সম ' নামৰ এখন শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰে কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ  সত্যজীত মহন্ত গোস্বামীয়ে ।
অনুষ্ঠানটিত শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থ খনিয়ে সত্ৰীয়া সংস্কৃতিৰ কৰ্ণধাৰ দেবেন বৰাবৰগায়নৰ জীৱন পৰিক্ৰমা নতুন চামৰ মাজত আৰ্দশ হিচাপে জীয়াই থাকিব বুলি মন্তব্য কৰে ।
অনুষ্ঠানত সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত শিয়ালমৰা সত্ৰাধিকাৰ অৰণ কুমাৰ গোস্বামীয়েও ভাষন প্ৰদান কৰে ।আগে পুৱা নাম প্ৰসঙ্গ, উষাকীতন, সবহোৱা নাম, গায়ন -বায়নে অনুষ্ঠান আৰম্ভ হয় ।
 অনুষ্ঠানটোত শংকৰী সংস্কৃতিৰ আৰ্দশৰে বদলা সত্ৰৰ শিল্পী সকলে পাৰিজাত হৰণ অংকীয়া নাটক খন প্ৰদৰ্শন কৰে ।
 নাট খন পৰিচালনা কৰে উপেন বৰুৱাবৰবায়নে  জয়ন্ত কুমাৰ হাজৰিকা 
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.