■ আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত ২০ বছৰীয়া যুদ্ধ সমাপ্ত কৰিছে।
■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সচিব এণ্টনি ব্লিঙ্কেনে কয় যে, আফগানিস্তানত আমেৰিকাৰ কাম অব্যাহত থাকিব।
■ ভাৰতৰ নেতৃত্বত ইউএনএছচিয়ে আফগানিস্তানৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰিছে; আফগান আৰু সকলো বিদেশী নাগৰিকক সুৰক্ষিতভাৱে যাত্ৰা কৰাৰ আহ্বান জনাইছে।
■ ভাৰতে কয় যে, আফগানিস্তানৰ ভূখণ্ড কোনো দেশক আক্ৰমণ কৰিবলৈ বা সন্ত্ৰাসবাদীক আশ্ৰয় দিবলৈ ব্যৱহাৰ কৰিব নালাগে।
■ ৰাষ্ট্ৰই সতৰ্ক হৈ থাকিব লাগে আৰু যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ সাজু থাকিব লাগেঃ ৰাজনাথ সিং
অসম খবৰ📡Live Update
Source:All India Radio
Via By: AIR, News
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
- ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
- Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
- Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
- Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
- ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
- FREE BIRD | ZUBEEN GARG |
- Herowa Chanda- Trailer



