শেহতীয়া আপডেটঃ

লখিমপুৰৰ বানাকান্ত অঞ্চলৰ বুজ ললে মন্ত্ৰী পিয়ুজ হাজৰিকাই

লখিমপুৰৰ বানাকান্ত অঞ্চলৰ বুজ ললে মন্ত্ৰী পিয়ুজ হাজৰিকাই ।
মন্ত্ৰী পিয়ুজ হাজৰিকা আজি হঠাতে লখিমপুৰত
আজি বিয়লি উপস্থিতিহৈ জহিং অঞ্চলৰ ত্ৰিবেণী সংগম স্থলি পৰিভ্ৰমণ কৰি বান খহনীয়াৰ বুজ লয় ।
অসম চৰকাৰৰ বান নিয়ন্ত্ৰন দপ্তৰৰ মন্ত্ৰী পিয়ুজ হাজৰিকাই বাৰিষাৰ আগতে অঞ্চটোৰ মথাউৰি নিৰ্মাণৰ কাম সমপুৰ্ণ কৰা হ’ব বুলি মন্তব্য কৰে ।


তেখেতৰ লগত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাইও সংগ দিয়ে। অসম অৰুনাচল প্ৰদেশৰ সীমান্তৰ্বত্তী অঞ্চল জহিংত ৰঙানদী, জহিং আৰু ঢেকীয়া নদীৰ ত্ৰিবেণী সংগম স্থলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৩ কোটি টকাৰ আঁচনি বৰ্ত্তমান অসম চৰকাৰে আৱন্ত্ৰন কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয়।

লখিমপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.