শেহতীয়া আপডেটঃ

গাওঁৰক্ষী বাহিনী আৰু আৰক্ষী উদ্যোগত শিক্ষাৰ্থীক সম্বৰ্ধনা

পৰ্বতঝোৰাৰ মহকুমাৰ বগৰিবাৰী গাওঁৰক্ষী বাহিনীৰ কাৰ্য্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ   ৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক বগৰিবাৰী আৰক্ষী  আৰু গাওঁৰক্ষী বাহিনীয়ে সম্বৰ্ধনা জনায়।
ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা পত্ৰ  কিতাপ , ডাইৰি আৰু কলম আদি উপহাৰ দিয়ে।


উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে ববগৰীবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ লগতে গাওঁ ৰক্ষী বাহিনী সদস্য সকলকৰ লগতে দল সংগঠন ও  বিশিষ্ট ব্যক্তি  সকলে উপস্থিত থাকে ।

ধুবুৰী আলী আজাত ইছলামৰ

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.