Wednesday, July 9, 2025
29.6 C
Guwahati
TOP NEWS:

আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সফল সামৰণি

- Advertisement -

আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন সফল সামৰণি ::
নতুন সমিতি গঠন ::

বিশ্বনাথত ২৬ ফেব্ৰুৱাৰী :

দেওবাৰে বিশ্বনাথ চাৰিআলিৰ পৌৰ সভা সভাগৃহত আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা বিশ্বনাথ জিলা সমিতিৰ তৃতীয় ত্ৰি-বাৰ্ষিক অধিৱেশন খনি অনুষ্ঠিত হৈ যায়। এই সভাতে আদিবাসী ছাত্র সন্থাৰ বিশ্বনাথ জিলা এখন শক্তিশালী সমিতি গঠন কৰা হয়।
সভাতে জিলা সমিতি খনৰ সভাপতি হিচাপে পিতৰুছ চয় আৰু সাধাৰণ সম্পাদক হিচাপে অশোক লাক্ৰা
সহকাৰী সম্পাদকৰ দায়িত্ব সঞ্জীৱ কুমাৰ তাঁতী লগতে দিনেশ বাউৰীকে ধৰি জিলা খনৰ কেইবাখনো আঞ্চলিক সমিতি সদস্য উপস্থিত থকা সভা খনত সকলো আঞ্চলিক সমিতি বিষয়ববীয়া এক গোট হৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয় বুলি জানিব দিয়ে জিলা সম্পাদকে । ইফালে মুখ্য অতিথি হিচাপে সভাত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেৱেন ওৰাং আৰু কেন্দ্ৰীয় সমিতিৰ উপঃসভাপতি মিলসাছ টপ্নকে আঞ্চলিক সমিতি সমূহত সাংগঠনিক কাম কাজ অধিক তীব্ৰ গতিৰে এক শক্তিশালী কৰি তুলিবলৈ নৱগঠিত জিলা সমিতি খনক আহ্বান জনাই।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
89 %
1.8kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °