শেহতীয়া আপডেটঃ

বিহালীত আৰক্ষীৰ জালত ভাঙ বেপাৰী

বিহালীত আৰক্ষীৰ জালত ভাঙ বেপাৰী


বুধবাৰে বিয়লি প্ৰায় ৬ মান বজাত বিহালী আৰক্ষীৰ জালত পৰিল এটা ভাঙ বেপাৰী৷ বিহালী আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত অভিযানকাৰী দলে এক গোপন সুত্ৰৰ পমখেদি প্ৰায় ১ কেজি ৬০০ গ্ৰাম ভাঙসহ আটক লিলু মণ্ডল নামৰ ভাঙ বেপাৰীক আটক কৰে৷
সুত্ৰমতে,ধৃত লিলু মণ্ডলে ভাঙ খিনি বিক্ৰি কৰিৱলৈ আনি থকাৰ এক সুত্ৰৰ পমখেদি বিহালী আৰক্ষীয়ে আটক কৰিৱলৈ সক্ষম হয়৷ জানিব পৰামতে, লিলু মণ্ডলৰ ঘৰ বিহালীৰ বেদেতী বেঙাবাৰীত৷ বৰ্তমানে বিহালী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে ধৃত লিলু মণ্ডলক৷

সংগ্ৰহ গুড মণিং বিহালী

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.