Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

বিশ্বনাথত ৰহস্যজনক ভাবে শোৱাপাটিতে অগ্নিদগ্ধ হৈ মৃত্যুক সাবতিলে শতায়ু গৰকা বৃদ্ধাই

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথত ৰহস্যজনক ভাবে শোৱাপাটিতে অগ্নিদগ্ধ হৈ মৃত্যুক সাবতিলে শতায়ু গৰকা বৃদ্ধা

অসম খবৰ বিশ্বনাথ ১২ ফেব্ৰুৱাৰী

বিশ্বনাথ নগৰৰ শান্তিপুৰত কালি নিশা নিজ গৃহতে ৰহস্য জনকভাবে শুই থকা অৱস্হাত অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু। শতায়ু গৰকা বৃদ্ধা গৰাকীৰ নাম লক্ষ্মীমনি দেৱী। ঘৰত পুত্ৰ বোৱাৰী আৰু আন সদস্য থকা সময়তে ৰহস্যজনক ভাৱে অগ্নিদগ্ধ হৈ বৃদ্ধা গৰাকীৰ বিছনাতে মৃত্যু হয়। কিন্তু বৃদ্ধাৰ পুত্ৰ বোৱাৰীয়ে বৃদ্ধা গৰাকীৰ মৃত্যুৰ পিছতহে ধোঁৱা দেখি ঘৰৰ বিছনাত জুই লগা বুলি জানিব পাৰে। বিশ্বনাথৰ শান্তিপুৰৰ ৫ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।বৃদ্ধা গৰাকীৰ দুই পুত্ৰ ভৰত চন্দ্ৰ দাস আৰু ৰামানন্দ দাসৰ লগতে আছিল নিজ মাতৃ।সন্ধিয়া বৃদ্ধা গৰাকীৰ কান্দোনৰ শব্দ শুনিছিল ওচৰ চুবুৰীয়াই।প্ৰায়ে ওচৰ চুবুৰীয়াই বৃদ্ধা গৰাকীৰ কান্দোনৰ শব্দ শুনে বুলিও উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত।ইফালে আজি বোৱাৰীয়েকক গালি পাৰি কোঠাৰ পৰা উলিয়াই দিয়ে আৰু বৃদ্ধা গৰাকী মাজে সময় ভ্ৰম বকে বুলিও বোৱাৰীয়ে জানিব দিয়ে সাংবাদিকৰ আগত।ইফালে নিশাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ দল ঘটনাস্থলীত উপস্হিত হয়। কিন্তু কথা হৈছে যে এগৰাকী বৃদ্ধা নিজৰ শোৱাপাটিতে ঘৰত সকলো লোক উপস্হিত থকা অবস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হল যদিও মৃত্যুৰ পিছতহে ঘৰৰ মানুহে সমস্ত ঘটনা প্ৰতক্ষ্য কৰাতো এক ৰহস্যৰ সৃষ্টি হৈছে। আনহাতে এগৰাকী বৃদ্ধা শুই থকা অবস্থাতে বিচনাতে মৃত্যু হল যদিও বিচনাখনো সম্পূৰ্ণ ভাবে অগ্নিদগ্ধ নোহোৱা বিষয়টো কি ভাবে আৰক্ষী্যে গ্ৰহণ কৰে পৰবৰ্তী সময়ত সেয়া লক্ষণীয় হব।

- Advertisement -

Hot this week

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °