Friday, May 16, 2025
25.1 C
Guwahati

ৰাজশ্ৰী সেনাপতি গগৈক “সাহিত্য ৰাজদূত” উপাধি প্ৰদান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

কাব্য নন্দিনী ৰাজশ্ৰী সেনাপতি গগৈ, বাসগৃহ চিৰিং চাপৰি, ডিব্ৰুগড়ত। তেওঁ শ্ৰীযুত এইচ.এল.সেনাপতি আৰু শ্ৰীযুতা কল্পনা সেনাপতিৰ জীয়াৰী। তেওঁৰ বিবাহ হয় দীঘলা গাঁৱৰ নিৱাসী, ডিব্ৰুগড় শ্ৰী প্ৰদীপ গগৈৰ লগত। তেওঁ এগৰাকী পত্নী লগতে দুটি সন্তানৰ মাতৃ। ৰাজশ্ৰী সেনাপতি গগৈ এগৰাকী কবি, সাহিত্যিক আৰু অনুবাদক হিচাপে পৰিচিত। অসমৰ বিভিন্ন গোটৰ পৰা কেইবাটাও সন্মান লাভ কৰিছে। তেওঁ এটি উপাধি প্ৰদান কৰা হয় “সাহিত্য ৰাজদূত”। সাধাৰণ ৰাইজৰ ভাল বুজাবুজিৰ বাবে শ্ৰীমদ্ভগৱত গীতাৰ অসমীয়া শ্লোক সৰল অসমীয়াত অনুবাদ কৰি আছে। তেওঁৰ তিনিখনকৈ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পৰিসংখ্যাবিদৰ কাৰ্যালয়ত ইউ.ডি.এ হিচাপে কৰ্মৰত। ইয়াৰ বাহিৰেও কিছুমান সাহিত্যিক গোটৰ এগৰাকী মডাৰেটৰ আৰু এডমিন আৰু সংগঠক। ইংৰাজী মাধ্যমত আৰু বানিজ্য ধাৰাত শিক্ষা গ্ৰহণ কৰাৰ পাছতো তেওঁ সুন্দৰ অসমীয়াত লিখা মেলা দখল কৰিছে।‌ তেওঁ অসমীয়া লিপিৰ প্ৰতি যি প্ৰেম সেইয়ে তেওঁৰ প্ৰতিভাত দেখা দিছে। তেওঁক অলপতে আই এফ চি এইচৰ সাহিত্য সম্প্ৰদায়ত সমতাৰ শান্তি প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ পৰা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে।
এতিয়া তেওঁ দেশৰ বিভিন্ন সাহিত্যিক সকলৰ পৰা বহু কবিতা অসমীয়াত অনুবাদৰ কৰিবলৈ দিয়া হৈছে। এয়া এটা গৌৰৱ কথা। তেখেতৰ কবিতাবোৰো বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। ভৱিষ্যতে আৰু এনে ভাল কৰ্ম কৰি আগুৱাই যাবলৈ, আমি তেখেতলৈ আমাৰ শুভকামনা জনালোঁ।

- Advertisement -

Hot this week

The Modern Man Study: Part of the Next Wave of Superheroes

Find people with high expectations and a low tolerance...

Radisson Blu Guwahati presents Nawabi Feast and Mother’s Day delights

 Guwahati; May 9, 2025: Radisson Blu Guwahati is all...

Best Places to Get Your Mexican Food Fix When You Visit Mexico City

Find people with high expectations and a low tolerance...

The Secret to Your Company’s Financial Health is Very Important

Find people with high expectations and a low tolerance...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

Topics

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

FINDING ITS WAY BACK : PEACE IN MANIPUR

The introduction of President’s Rule in Manipur has brought...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Operation Sindoor কেৱল এটা নাম নহয়, এই অভিযান হৈছে ৰাষ্ট্ৰৰ সামুহিক আবেগৰ এটা শক্তিশালী প্রতীকঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেশ্বন সিন্দুৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি দিয়া...

টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কোহলীৰঃ সামাজিক মাধ্যমযোগে বাৰ্তা প্ৰকাশ

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা...

Related Articles

Popular Categories

Assam
broken clouds
24.2 ° C
24.2 °
24.2 °
89 %
2.6kmh
69 %
Fri
24 °
Sat
35 °
Sun
28 °
Mon
34 °
Tue
36 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds