শেহতীয়া আপডেটঃ

ৰঙিয়া মহাবিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন :

 

ৰঙিয়া ২ নবেম্বৰ :
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ৰঙিয়া মহাবিদ্যালয়ত ৷
কাৰ্যসূচী অনুসৰি গুৰু আসন প্ৰতিষ্ঠা, নামপ্ৰসংগ, বৰপেটা সত্ৰৰ দ্বাৰা পৰিচালিত থিয় নাম পৰিবেশনৰ লগতে প্ৰসাদ আৰু লঘু আহৰ বিতৰণ কৰা হয়।

কাৰ্য্যসূচী সমুহ ডঃ উজ্জ্বল ডেকাৰ নেতৃত্বত আয়োজন কৰা হয় ৷
এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ব্ৰজেন শইকীয়া, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰ সংঘৰ উপদেষ্টা ভবেন্দ্ৰনাথ ডেকাকে আদি কৰি ছাত্ৰ-ছাত্ৰীৰ আৰু বিশিষ্ট ব্যক্তিসকল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.