শেহতীয়া আপডেটঃ

মংগল নায়কৰ কাহানী/সংলাপ/চিত্ৰনাট্য আৰু জজ ৰাভাৰ পৰিছালনাৰে চাদ্ৰীভাষাৰ বোলছবি “ক্ৰোধ”ৰ দৃশ্যগ্ৰহন ।

 

মংগল নায়কৰ কাহানী/সংলাপ/চিত্ৰনাট্য আৰু জজ ৰাভাৰ পৰিছালনাৰে চাদ্ৰীভাষাৰ বোলছবি “ক্ৰোধ”ৰ দৃশ্যগ্ৰহন ।

ডিজেল অসম খবৰ ৰমেশ চন্দ্ৰ চৰেণ বিশ্বনাথ  , ২০ অক্টোবৰ:

বহু জল্পনা কল্পনাৰ অন্তত জে.এচ প্ৰডাকচনৰ বেনাৰত পোনপ্ৰথম বাৰৰ বাবে আদিবাসী চাহজনগোষ্ঠীৰ চাদ্ৰীভাষাত এখনি পুৰ্ণাংগ পৰ্যায়ৰ কথাছবিৰ চিত্ৰগ্ৰহন পুৰ্ণ গতিত চলি আছে ৷ একচন, কমেডি, ট্ৰেজেডী আৰু ৰোমাণ্টিক সকলো দিশৰ পৰা ৰাইজক আমোদ দিব পৰাকৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ অসমৰ বিভিন্ন লোকেচনৰ লগতে অসমৰ বৰ্হিৰাজ্যতো ছবিখনৰ চিত্ৰগ্ৰহন কৰা হৈছে ৷ কাহানী মুখ্যতঃ উচ্চ বৰ্গৰ উদ্যোগপতি সকলে কি দৰে সমাজৰ দুখীয়া লোকসকলক শোষননীতিৰে জীৱন তচনচ কৰে ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে ৷ ছবিখনৰ কাহানী, সংলাপ , আৰু চিত্ৰনাট্য আদিবাসী চাহজনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠ শিল্পী মংগল নায়কৰ ৷ ছবিখন পৰিছালনা কৰিছে জজ’ ৰাভাই ৷ প্ৰযোজনা চাহজাহান লস্কৰ , আৰু চাহজাহান আলিৰ ৷ চিত্ৰগ্ৰহন কৰিছে হৰজোসিং ৰাভাই ৷ ছবিখনৰ গীতৰ কথা আৰু সুৰ মংগল নায়ক আৰু প্ৰীতম ৰবিদাসৰ ৷ সংগীত পৰিছালনা বিপুল চৌধুৰীৰ ৷ দিগন্ত শৰ্মাৰ ডিজিটেল ষ্টুডিঅত বাণীবদ্ধ হোৱা গীতত কণ্ঠদান কৰিছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু সুজাতা কাৰ্তিকে ৷ ছবিখনত বিকাশ দাস , চাহজাহান লস্কৰ ,জেকব নায়ক , চাহজাহান আলি ,মৌচুমী বৰা, ৰাজলক্ষ্মী ,অৰুণ কুৰ্মী , গোলচন গোৱালা ,চিমন কুৰ্মী, এনাম চৌধুৰী ,পৱন নায়ক , পুৰ্ণিমা দেৱী, ৰিয়া বিশ্বাস , বিলাল আহমেদ , গনেশ হীৰা , আলী হুছেইন ,ববী বৰা , অভিনয় কৰাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে ভুমুকি মাৰিছে ৷

 

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.