দেশত কোভিড-১৯ত আক্ৰন্ত সংখ্য ৭,১৭১লৈ বৃদ্ধি

COVID-19 Update - Davidson Hearing Aid Centres

♦সমগ্ৰ দেশত যোৱা ২৪ ঘণ্টাত মুঠ ৭,১৭১ টা নতুনকৈ কোভিড-১৯ত আক্ৰন্ত হোৱাৰ খবৰ পোৱা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, একে সময়তে কোভিড-১৯ৰ পৰা মুঠ ৯,৬৬৯ জন লোক আৰোগ্য হৈছে।

Hospitals run low on nurses as they get swamped with COVID-19 | PBS NewsHour

মন্ত্ৰালয়ে কৈছে যে, দেশত ৫১,৩১৪টা সক্ৰিয় কোভিড-১৯ত আক্ৰন্ত ৰোগী আছে। সেই অনুপাতে কোৱিডৰ পৰা আৰোগ্যৰ হাৰ বৰ্তমান ৯৮.৭০ শতাংশ। বৰ্তমানলৈকে সমগ্ৰ দেশজুৰি ২২০ কোটি ৬৬ লাখৰো অধিক পালি কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.