Saturday, July 12, 2025
27.5 C
Guwahati
TOP NEWS:

গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত মন্ত্ৰী পিযুজ হাজৰিকা সভা

- Advertisement -

 

গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত বৃস্হপতি বাৰে  জিলাখনৰ অভিভাৱক মন্ত্ৰী  পিয়ুষ হাজৰিকাই সম্বোধন কৰা পৰ্যালোচনা বৈঠক খনত অংশগ্ৰহণ কৰে  জিলা খনৰ কেইবাজনো বিধায়কে।

পৰ্যালোচনা সভাখনত মহকুমাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি সমূহ ৰাইজে সঠিক ভাৱে লাভ কৰা সম্পৰ্কত বুজ লোৱাৰ লগতে বান-গৰাখনীয়াৰ প্ৰতিৰোধ আৰু পৰিকল্পনা সম্পৰ্কে বিস্তৃত পৰ্যালোচনা কৰা হয়৷

 

As the State made a record of over 3 lacs Griha Pravesh for taking over the newly built houses constructed under PMAY-G across the state. All the seven development blocks under Biswanath and Gohpur also performed Griha pravesh ceremony for the same. Today Shri Pijush Hazarika, Hon’ble Guardian Minister, Biswanath, Hon’ble Minister of Water Resources, Parliamentary Affairs, Information and Public Relations, Social Justice and Empowerment, Govt. of Assam, Shri Promod Borthakur, Hon’ble MLA, Biswanath LAC, Shri Jay Shivani, IAS, Addl Deputy Commissioner and I/C, Shri Diganta Baishya, ACS, CEO, Biswanath Zila parishad, Shri Manash Kr Saikia, ACS, Addl Deputy Commissioner, Biswanath and all the Block Development Officers inaugurated the newly constructed houses.

CMO Assam
Pijush Hazarika
Utpal Borah
Ranjit Dutta
SDO-Civil, Gohpur
Directorate of Information and Public Relations, Assam
Janasanyog Biswanath
#PMAYGramin
#PMAY

𝑭𝒐𝒍𝒍𝒐𝒘 𝒖𝒔 𝒐𝒏:

•Instagram: https://instagram.com/biswanath_administration

•Twitter: https://twitter.com/SDO_Biswanath/

বৈঠকত স মন্ত্ৰী ড সহিত সতীৰ্থ বিধায়কদ্বয় উৎপল বৰা  আৰু প্ৰমোদ বৰঠাকুৰ  অতিৰিক্তি জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি,আৰক্ষী অধীক্ষক আৰু প্ৰশাসনৰ বিষয়াবৰ্গ প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Hot this week

Indus Towers Partners with NEAID to Aid Flood Affected Communities in Assam, Manipur and Tripura

Guwahati, July 9, 2025:  Amid the devastating floods that...

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

ASSAM RIFLES SEIZE COUNTRY MADE LIQUOR WORTH ₹15L IN LEINANGPOKPI, JIRIBAM DISTRICT, MANIPUR

■ In a significant crackdown on illicit liquor trade...

ASSAM RIFLES CONDUCTS MEETING WITH BUSINESS COMMUNITY AT JAKURADHAR, JIRIBAM DISTRICT, MANIPUR

Assam Rifles conducted a meeting with the shopkeepers and...

Topics

নামিবিয়াৰ ৰাজধানী ৱিহোকত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশৰ ভ্রমণসূচীৰে নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত...

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

Related Articles

Popular Categories

Assam
clear sky
26.3 ° C
26.3 °
26.3 °
85 %
0.7kmh
3 %
Fri
26 °
Sat
35 °
Sun
35 °
Mon
30 °
Tue
30 °