শেহতীয়া আপডেটঃ

ভাল খবৰ :মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ

            অসম খবৰ ডিজিটেল ডেস্ক ২ আগষ্ট ::

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৩০ জুলাই শনিবাৰে এক জাননী জাৰি কৰিছে।

জাননী জড়িয়তে ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ সুবিধা হোৱাকৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ।উল্লেখযোগ্য যে পূৰ্বে ৰাজ্য চৰকাৰৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া কৰ্মচাৰী সকলৰ বাবে অসম ভৱন আৰু আৱৰ্ত্ত ভৱনত চৰকাৰী কৰ্মচাৰী হিচাবে কোনো সা-সুবিধা নাছিল । কিন্তু শেহতীয়াকৈ ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰা পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে
ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ সকললৈ।
এতিয়া পৰা ৰাজ্যৰ প্ৰাদেশীকৃত চৰকাৰী, স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ কৰ্মচাৰী সকলে এই সুবিধা লাভ কৰিব সম্পূৰ্ণ চৰকাৰী নিৰিখৰ ভাড়াতে।
আনহাতে এটা পদক্ষেপ গ্ৰহণ কৰাত সাধাৰণ প্ৰশাসনৰ বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।

আনহাতে এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে যদিও ইয়াক লৈ একাংশ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে।

লগতে প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলৰ ক্ষেত্ৰতো একে সুবিধা প্ৰদান কৰা দাবী জনালে চৰকাৰক।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.