শেহতীয়া আপডেটঃ

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে ক’ত কি বিনিয়োগ কৰিলে :

 

 

সামাজিক আলফা সমৰ্থিত ডি2চি ষ্টাৰ্ট-আপ Phool.co নামৰ ধূপ কোম্পানীটোক ::

 

গুৱাহাটীৰ ৭ অক্টোবৰ ::

যি ফুল ব্যৱহাৰৰ পাছত আমি পেলনীয়া জাবৰ লগত পেলাই দিওঁ সেই ফুল আৱৰ্জনাৰ হয় কিন্তু সেই আৱৰ্জনাৰ পৰা প্ৰাকৃতিক ধূপ আৰু জৈৱ-চামৰা তৈয়াৰ কৰে Phool.co মে ।

জনপ্ৰিয় বলিউডৰ অভিনেত্ৰী
আলিয়া ভাটে ডি2চি ষ্টাৰ্ট-আপ Phool.co কোম্পানীটোক শেহতীয়াকৈ বিনিয়োগ কৰা কথা প্ৰকাশ কৰিছে কোম্পানীটোৱে।

পূৰ্বে সামাজিক-আলফাৰ সমৰ্থনত আৰু টাটা ট্ৰাষ্টৰ দ্বাৰা সমৰ্থিত কোম্পানী ।য’ত এতিয়া তিনিটা কোম্পানী এক গোট হৈ কাম আৰম্ভ কৰিছে য’ত অংশ গ্ৰহণ কাৰী হিচাপে আছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে ।

Phool.co হৈছে ভাৰতৰ প্ৰথম সুস্থতা ব্ৰেণ্ড য’ত ফেয়াৰ ফৰ লাইফ- ফেয়াৰট্ৰেড আৰু ইকচাৰ্ট অৰ্গেনিক আৰু নেচাৰেল চাৰ্টিফিকেচন দুয়োটা থকা বিশ্বাস যোগ্য কোম্পানী।

ফুলে চেলুলোজ আৱৰ্জনা আপচাইকেল কৰাৰ বাবে ফুলচাইকেল প্ৰযুক্তিৰ পথ প্ৰদৰ্শন কৰিছে আৰু কাঠ কয়লা-মুক্ত ধূপ আৰু অন্যান্য সুস্থতা সামগ্ৰী নিৰ্মাণত বিশেষজ্ঞ।

পূৰ্বে ফুল,আইএএন ফাণ্ড, চ’চিয়েল আলফা, ড্ৰেপাৰ ৰিচাৰ্ডছ কাপ্লান ফাউণ্ডেচন (চান ফ্ৰান্সিস্কো) আৰু আইআইটি কানপুৰৰ পৰা এক বীজ ৰাউণ্ডত 2 নিযুত আমেৰিকান ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে গভীৰ-প্ৰযুক্তি গৱেষণাৰ সৈতে, ষ্টাৰ্টআপটোৱে সফলতাৰে “ফ্লেডাৰ” নামৰ পশুৰ চামৰাৰ বাবে এক বাণিজ্যিক ভাৱে ব্যৱহাৰ যোগ্য বিকল্প বিকশিত কৰিছে ফুলে।

সামাজিক আলফা সমৰ্থিত ডি2চি সুস্থতা ষ্টাৰ্টআপ ফুল ধূপ কোম্পানীটো জনপ্ৰিয় বলিউডৰ অভিনেত্ৰী আলিয়া ভাটে বিনিয়োগ কথা প্ৰকাশ কৰে আজি।

বহনক্ষম উন্নয়ন লক্ষ্যৰ বাবে ৰাষ্ট্ৰ সংঘৰ যুৱ নেতা বঁটা প্ৰাপ্ত অংকিত আগৰৱালে (Ankit Agarwal Founder &CEO KFPL Phool.co) জুলাই 2017 ত প্ৰতিষ্ঠা কৰা, ফুল ধূপ হৈছে বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত কেন্দ্ৰী ভূত এক অভিনৱ ষ্টাৰ্টআপ যি ফুলৰ আৱৰ্জনাক কাঠ কয়লা-মুক্ত বিলাসী ধূপ সামগ্ৰী আৰু অন্যান্য সুস্থতা সামগ্ৰীলৈ ৰূপান্তৰ কৰে।

ষ্টাৰ্টআপটো হৈছে ভাৰতৰ প্ৰথম সুস্থতা ব্ৰেণ্ড য’ত ফেয়াৰ ফৰ লাইফ- ফেয়াৰট্ৰেড আৰু ইকোচাৰ্ট অৰ্গেনিক আৰু প্ৰাকৃতিক প্ৰমাণপত্ৰ আছে ।

■Social Media Handles for Phool.co■

■Instagram-
https://www.instagram.com/phool.co
■ Facebook- https://www.facebook.com/phool.co/
LinkedIn-https://www.linkedin.com/company/11261165/admin/
■Twitter-@ReachOutToPhool
■Website-https://phool.co/
■ContactHello@phool.co

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.