শেহতীয়া আপডেটঃ

বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ

গুৱাহাটী, ১০ নৱেম্বৰ: মহানগৰীৰ সৰুসজাইৰ নালাপাৰাৰ লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰত বিশ্ব হিন্দু পৰিষদ উত্তৰ-পূব প্ৰান্ত সেৱা বিভাগ, লখৰা খণ্ডৰ উদ্যোগত আৰু লক্ষ্মী-নাৰায়ণ সামূহিক-সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

প্ৰতি সপ্তাহৰ দেওবাৰে ৰাতিপুৱা ৭-৩০ বজাৰ পৰা ১০.৩০ বজালৈ গণিত, বিজ্ঞান, ইংৰাজী আৰু অসমীয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদানৰ ব্যৱস্থা কৰা হৈছে।

আজিৰ কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ কেইবাগৰাকীও কৰ্মকৰ্তাৰ লগতে কেইবাগৰাকীও শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত কেন্দ্ৰৰ সদস্য-সদস্যাসকলৰ উপৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ অনুষ্ঠানত উপস্থিত থকা আটাইলৈকে উদ্যোক্তাসকলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.