শেহতীয়া আপডেটঃ

ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদৰ নলবাৰী জিলা সমিতিৰ(মহিলা প্ৰভাগ) প্ৰশংসনীয় পদক্ষেপ : 

 

 

অসম খৱৰ  নলবাৰী ফইজুল হক চৌধুৰী :

ৰাষ্ট্ৰীয় জনকল্যাণকাৰী পৰিষদ(National Welfare Council) নামৰ ৰাষ্ট্ৰীয় সামাজিক সংগঠনটোৱে জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে ।
১১ নৱেম্বৰত স্বেচ্ছাসেৱী সংগঠনটোৱে নলবাৰী চহৰস্থিত নলবাৰী সত্র মজলীয়া বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু শিক্ষক শিক্ষয়িত্রী সকলৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি আৰু মহামাৰী কভিডৰ পৰা ৰক্ষা কৰিবলৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে বিদ্যালয় খনৰ প্ৰাংগনত গছপুলি ৰোপন কৰে ।

স্বেচ্ছাসেৱী সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ (মহিলা প্ৰভাগ ) সভানেত্রী জিমনি তামুলী আৰু সাধাৰণ সম্পাদিকা বিজুলী কলিতাৰ নেতৃত্বত অনুস্থিত অনুস্থানটোত সংগঠনটোৰ সদস্য দীপামনি বৈশ্য , বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকল উপস্থিত থাকি সহযোগিতা কৰে । স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে সংগঠনটোলৈ শুভেচ্ছা জনায় আৰু ভৱিষ্যতে বিভিন্ন সামাজিক কাম কাজ কৰিবলৈ আহ্বান জনায় বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্রী মিনা বেগম সহ শিক্ষক শিক্ষয়িত্রী সকলে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.