নিশা নলবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজনক আটক

 

নিশানলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ ৭ অক্টোবৰ :

নলবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুজনক আটক

নলবাৰীৰ সীমান্তবৰ্তী বৰঝাৰ গাৱৰ পৰা আটক লোক দুজনক

নলবাৰীৰ DSP জিকি ৰানী মহন্তৰ নেতৃত্বত টাউন ডাৰোকা বিশ্ব জ্যোতি দুৱৰিয়ে গোপন সুত্ৰৰ পম খেদি নলবাৰী আৰক্ষীয়ে চলাইছিল অভিযান


২০ কেজি গাঞ্জা সহ ভূপেন তালুকদাৰ আৰু নাৰায়ন তালুকদাৰক আটক কৰে আৰক্ষীয়ে ।

দুয়োজনে গাঞ্জা খিনি বিক্ৰীৰ বাবে ৰাখিছিল ।

ধৃত গাঞ্জা সৰবৰাহকাৰী দুজনৰ ঘৰ নলবাৰীৰ সীমান্তবৰ্তী বৰঝাৰ গাঁৱত ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.