বিহালী বৰজাণিত বয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্ত

 

বিশ্বনাথ ২৩ জুন ::

আজি বিহালি সমষ্টিৰ ২ নং বৰজাৰণি গাঁৱত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই জিলা খনিজ ন্যাস পুঁজিৰে বৰজাণি বয়ন প্ৰকল্পটি আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙতে, জিনজিয়া জিলা পৰিষদ সদস্য অজয় দাস বৰজাৰণি গাঁও পঞ্চায়ত ৰ সভানেত্ৰী বিনা তিমুংপি আৰু বিশ্বনাথ জিলা গাঁও প্ৰধান সভাপতি ৰাম নাথ তেৰন আৰু স্থানীয় সচেতন ব্যক্তি যোগান ৰংহাং ,ডালিম ৰমপি লগতে বিশ্বনাথ বিহালী pwd বিভাগৰ বিষয়া অভিযন্তা । ইফালে বিধায়ক ৰঞ্জিত দত্তই কয় যে এই প্ৰকল্পটো জড়িয়তে অঞ্চল জনসাধাৰণক বহু পৰিমাণে উপকৃত হ’ব বুলি প্ৰকাশ কৰা লগতে

বিশেষ ভাৱে মহিলা সকলৰ এই অনুষ্ঠান পৰা লাভাম্বিত হ’ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.