শেহতীয়া আপডেটঃ

বিতৰ্কত অভিনন্দন থিয়েটাৰ: Video আগ ধন লৈ প্ৰৱঞ্চনা কৰিলে ‘অভিনন্দন থিয়েটাই ।

বিতৰ্কত অভিনন্দন থিয়েটাৰ: আগ ধন লৈ প্ৰৱঞ্চনা কৰিলে ‘অভিনন্দন থিয়েটাই ।

বিহালী ১২ ফেব্ৰুৱাৰী
বিতৰ্কৰ পিছ এৰা নাই অভিনন্দন থিয়েটাৰ গোষ্ঠীক । পূৰ্বে অভিনেত্ৰীক মাননীয় নিদিয়া অভিযোগৰ পিছতে
পুণৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসমৰ ভ্ৰাম্যমাণ জগতত প্ৰথম বাৰলৈ খোজ পেলোৱা অভিনন্দন থিয়েটাৰে ।
এই বাৰ অভিনেত্ৰী বা অভিনেতাক মাননীয় বিতৰ্কৰ নহয়। এই বাৰ অভিনন্দন থিয়েটাৰ গোষ্ঠীৰ মালিকে
আয়োজনক সমিতিৰ পৰা ১ লাখ টকা আগধন লৈ সময়ত উপস্থিত নহ’ল অভিনন্দন থিয়েটাৰ গোষ্ঠীৰ কোনো সদস্য ।

এই ঘটনাৰ সংঘটিত হৈছে বিশ্বনাথৰ বিহালী সমষ্টিত।
উল্লেখযোগ্য যে বিশ্বনাথৰ বিহালী সমষ্টিৰ বিহালী জাতীয় বিদ্যালয়ৰ সাহাৰ্যাথে আজি পৰা অহা তিনিটি নিশাৰ বাবে নাট্যয়-দৰ্শনী প্ৰদৰ্শন কৰাৰ কথা আছিল অভিনন্দন থিয়েটাৰে । আজি বিহালীৰ জাতীয় বিদ্যালয় খেল পথাৰত উপস্থিত হোৱাৰ কথা আছিল যদিও সময় মতে উপস্থিত নহ’ল অভিনন্দন থিয়েটাৰ । কমিটীৰ পৰা আগধনো লৈছিল ১ লাখ টকা । বিহালীৰ শ শ দৰ্শকক প্ৰৱঞ্চনা ‘অভিনন্দন থিয়েটাৰ’ৰ ।আনহাতে আজিপৰ্যন্তে বিহালী জাতীয় বিদ্যালয়ৰ খেল পথাৰত অভিনন্দন থিয়েটাৰ’ৰ পেন্দেল নপৰাত সমিতিয়ে অভিনন্দন থিয়েটাৰ কৰ্তৃপক্ষক
ফোন কৰাত ফোন ৰিছিভ নকৰাত কমিটীৰ বিষয়-ববিয়াই উপায়ন্তৰ হৈ বিহালী আৰক্ষী থানাত অভিনন্দন থিয়েটাৰ’ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । কিন্তু কিয় থিয়েটাৰ কতৃপক্ষই বিহালীৰ শ শ ৰাইজক প্ৰৱঞ্চনা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.