চামতাত গাঞ্জা জব্দ || আটক চাৰি ব্যৱসায়ী

● আজি চামতা পহৰা আৰক্ষী চকীয়ে চামতা বাছ আস্থানত থকা বনমালী বৰ্মনৰ খুচুৰা ব্যৱসায়ী দোকানত অভিযান চলাই তিনি কিলো গাঞ্জা জব্দ কৰে।

ইয়াৰ পিছতে দুটা গৃহৰ পৰা মুঠ চাৰি কিলো ২৫০ গ্ৰাম জব্দ কৰে। আৰক্ষীয়ে এই গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত চামতাৰ বনমালী বৰ্মণ, নিৰঞ্জন শালৈ, ৰতন বৰ্মণ আৰু ৰুবুল বৰ্মনক আটক কৰি চামতা পহৰা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.